Showing posts with label Activity. Show all posts
Showing posts with label Activity. Show all posts
Tuesday, 29 July 2025
২০২১ বৰ্ষৰ সৰস্বতী পূজা উপলক্ষে বিদ্যালয়ৰ প্ৰাচীৰ পত্ৰিকা "প্ৰজ্ঞা" প্ৰকাশ কৰা হয়, যোৱা ১৬ ফেব্ৰুৱাৰী ,২০২১ তাৰিখে। পঞ্চম শ্ৰেণীৰ কেইগৰাকীমান ছাত্ৰ ছাত্ৰীক লগত লৈ এই কাম বিদ্যালয়ৰ দৈনন্দিন সময় সূচীৰ মাজৰ ফাঁকে ফাঁকে এই কাম সম্পন্ন কৰা হয়। মোৰ লগত সহযোগ কৰা ছাত্ৰ ছাত্ৰী কেইগৰাকী ক্ৰমে.. পঙ্খী শইকীয়া, নৈঋত জ্যোতি বৈশ্য, ঋষিতা পাল, সঞ্জু দাস,নিহাৰিকা বৰ্মন আৰু পায়েল মালাকাৰ। সকলো শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিত পত্ৰিকা খনি উন্মোচন কৰে বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষয়িত্ৰী শ্ৰীযুতা ৰূপজ্যোতি নেওগ বাইদেউৱে।
২০২১ বৰ্ষৰ সৰস্বতী পূজা উপলক্ষে বিদ্যালয়ৰ প্ৰাচীৰ পত্ৰিকা "প্ৰজ্ঞা" প্ৰকাশ কৰা হয়, যোৱা ১৬ ফেব্ৰুৱাৰী ,২০২১ তাৰিখে। পঞ্চম শ্ৰেণীৰ কেইগৰাকীমান ছাত্ৰ ছাত্ৰীক লগত লৈ এই কাম বিদ্যালয়ৰ দৈনন্দিন সময় সূচীৰ মাজৰ ফাঁকে ফাঁকে এই কাম সম্পন্ন কৰা হয়। মোৰ লগত সহযোগ কৰা ছাত্ৰ ছাত্ৰী কেইগৰাকী ক্ৰমে.. পঙ্খী শইকীয়া, নৈঋত জ্যোতি বৈশ্য, ঋষিতা পাল, সঞ্জু দাস,নিহাৰিকা বৰ্মন আৰু পায়েল মালাকাৰ।
Subscribe to:
Posts (Atom)